অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ ধ্বজাবাহক সত্ৰসমূহৰ ভিতৰত শ্ৰী শ্ৰী আউনীআটী সত্ৰ প্ৰধান।
প্ৰতিষ্ঠা কাল আৰু প্ৰতিষ্ঠাপক- আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শক অৰ্থাৎ ১৬৫৩ চনৰ চ'ত মাহৰ শুক্লা পঞ্চমী তিথি বৃহস্পতি বাৰে প্ৰতিষ্ঠা কৰে।আউনীআটী নাম কিয় হ'ল: ৰজাৰ আজ্ঞাত বৰবৰুৱাই কাড়ি পাইকৰ দ্বাৰা মাজুলীত আউনীপাণৰ এৰা কাটি সত্ৰখন স্থাপন কৰাৰ বাবেই সেইদিন ধৰি সত্ৰখনৰ নাম আউনীআটী সত্ৰৰূপে জনাজাত হ'ল।
For full article CLICK HERE


.jpeg)

.jpeg)

0 Comments